মেষ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷
বৃষ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহৰ স্থান আপোনাৰ পক্ষত নাই ৷ অৱশ্যে অৰ্থনৈতিক স্থিতি উন্নত ৷ যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ কৰ্মজীৱনত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷
মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ মন পচন্দৰ কৰ্মই আনন্দিত দিব ৷ অৰ্থনৈতিক লেনদেনৰ পৰা বিৰত থাকক ৷ যোগাসন কৰক, মানসিক শান্তি লাভ ৷
কৰ্কট ৰাশি : দিনটো আনন্দময় ৷ কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবৱেশে আপোনাৰ মন সলনি কৰিব পাৰে । মানসিক আৰু শাৰীৰিক স্থিতি উন্নত ৷ ব্যৱসায়ত সফল ৷
সিংহ ৰাশি :অপৰিচিত লোকৰ পৰা আঁতৰত থাকক ৷ দিনটো প্ৰায় শুভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷
কন্যা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ শাৰীৰিক অৱস্থা বেয়া ৷ নিয়োজিত কাম সময় মতে সম্পাদন কৰক ৷ হতাশ নহ’ব ৷ সন্তানৰ যতন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷