মেষ ৰাশি :দিনটো প্ৰায় শুভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ নতুন বন্ধু লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷
বৃষ ৰাশি :দিনটো শুভ ৷ ন-কৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ অৱশ্যে পুৰণি ব্যৱসায়ৰো উন্নতি হ’ব, লাভাৰ্জন ৷ কৰ্মস্থলী তথা ঘৰুৱা পৰিৱেশ উন্নত ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কামৰ ক্ষেত্ৰত বাহিৰলৈ ভ্ৰমণৰ বাবে যাব পাৰে ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি :কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
সিংহ ৰাশি :দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ আৱেগিক হৈ নপৰিব ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷
কন্যা ৰাশি :প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ নিজৰ ওপৰত বিশ্বাস ৰাখক, লক্ষ্য সফল হয় ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷