মেষ ৰাশি :দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহ সংযোগত সফলতা লাভ ৷
বৃষ ৰাশি :দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি বন্ধুবৰ্গৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কর্মৰ খাতিৰত সৰু যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰাৰ পৰা কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷
কৰ্কট ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ দিনটো কিছু সতৰ্ক থাকক ৷
সিংহ ৰাশি :নিজৰ মনৰ কথা শুনক ৷ কৰ্ম জীৱনত সফলতা লাভ ৷
কন্যা ৰাশি :দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷
তুলা ৰাশি :ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰক ৷ আনন্দিত হ’ব ৷ বন্ধু বৰ্গৰ সৈতে পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷
বৃশ্চিক ৰাশি :দিনটো প্ৰায় শুভ ৷ কর্ম বা ব্যৱসায় খাতিৰত সৰু যাত্ৰা হʼব পাৰে ৷ সন্ধিয়া সময়খিনি পৰিয়ালৰ সৈতে উদযাপন কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷
ধনু ৰাশি :দিনটো মধ্যমীয়া ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনৰ লগতে কৰ্ম জীৱনতো পৰিব পাৰে ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ বুদ্ধিমতাৰে কর্ম কৰক ৷
মকৰ ৰাশি :দিনটো প্ৰায় শুভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শিক্ষার্থীসকলৰ বাবে শুভ দিন ৷
কুম্ভ ৰাশি : আজি কোনো লাভো নাই, লোকচানো নাই ৷ নতুনকৈ বন্ধুত্ব স্থাপন হ’ব ৷ মনে বিচৰাধৰণে দিনটো উদযাপন কৰক ৷
মীন ৰাশি :দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ ব্যৱসায় বা কৰ্মত শুভ ৷