মেষ ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে যাব ৷ সফলতা লাভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ সন্ধিয়াৰ ভাগত মানসিক অশান্তি দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
বৃষ ৰাশি : দিনটো শুভ ৷ নিজৰ হকে সিদ্ধান্ত লওক ৷ আনৰ পৰামৰ্শ নল’ব ৷ ভ্ৰমণৰ যোগ ৷ সুস্থিৰে গাড়ী চলাওক ৷
মিথুন ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ কৰ্মত শান্ত হৈ থাকক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত শুভ ৷
কৰ্কট ৰাশি :মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণ বাতিল কৰক ৷ গ্ৰহৰ স্থান প্ৰতিকূল ৷ মাংগলিক কাম পৰিহাৰ কৰক ৷
সিংহ ৰাশি :কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যুক্তি-তৰ্কৰে কথাবোৰ বিবেচনা কৰক ৷
কন্যা ৰাশি :নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ সফলতা লাভ ৷ প্ৰেমত শুভ ৷ নিজৰ হকে নিজে চিন্তা কৰক ৷