মেষ ৰাশি :দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ গাড়ী চলাওতে কিছু সাৱধানতা অৱলম্বন কৰক ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমাভিনয় নকৰিব ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ গ্ৰহ ভাল স্থানত আছে ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলেহুৱা ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কৰ্মত মনোযোগ দিয়ক ৷
সিংহ ৰাশি :পুৰণি ইচ্ছা প্ৰতি আসক্ত ৷ ভাল বন্ধু লাভ ৷ দিনটো প্ৰায় সফল ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ আয়-ব্যয় বৃদ্ধি ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্মত সফল ৷ প্ৰশংসা লাভ ৷ প্ৰেমত মনোযোগ দিয়ক ৷