মেষ ৰাশি: খঙক নিয়ন্ত্ৰণ কৰিব ৷ নহ’লে ই সম্পৰ্ক নষ্ট কৰিব ৷ উদ্বেগ আৰু শত্ৰুতাই কামত মনোযোগী হ’বলৈ নিদিব ৷ ধৰ্মীয় স্থানত যাব পাৰে ৷
বৃষ ৰাশি: কৰ্মব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপাব ৷ বিৰক্তি অনুভৱ কৰিব ৷ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ ভ্ৰমণত অশুভ ৷ ধ্যান কৰক আৰু আধ্যাত্মিক চিন্তা কৰক ৷
মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
কৰ্কট ৰাশি: ব্যৱসায়ীসকলৰ বাবে শুভ ৷ সহকৰ্মীসকলৰ পৰা সহায় পাব ৷ পৰিয়ালৰ সৈতে সময় কটাব ৷ মানসিক শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷
সিংহ ৰাশি: কলাৰ প্ৰতি প্ৰেম হ’ব ৷ পঢুৱৈসকলেও পঢ়াশুনাত ভাল ফল লাভ কৰিব ৷ প্ৰিয়জনসকলক লগ পাব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷ মনোযোগ অটুট ৰাখিবলৈ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷
কন্যা ৰাশি: শাৰীৰিকভাৱে সুস্থ অনুভৱ নকৰিব ৷ দুশ্চিন্তা হ’ব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ মাটি আৰু সম্পত্তি সম্বন্ধীয় কামত সতৰ্ক থাকক ৷