অসম

assam

ETV Bharat / bharat

Daily Horoscope for 13th January: আজিৰ দিনটোৰ ৰাশিফল - ইটিভি ভাৰত জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ দিনটোৰ ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope for 13th January
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Jan 13, 2022, 5:00 AM IST

মেষ ৰাশি: মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে ৷ সফলতা লাভ কৰিব ৷

বৃষ ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

মিথুন ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

কৰ্কট ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰেমত শুভ ৷ পদোন্নতি লাভ কৰিব পাৰে ৷ সফলতা লাভ কৰিব ৷

সিংহ ৰাশি: দিনটো শুভ ৷ সহনশীলতা আৰু ধৈৰ্য্যশীলতাৰ পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ কৰিব ৷

কন্যা ৰাশি: কন্যা সন্তানৰ সফলতাৰ বাবে আনন্দ লাভ কৰিব ৷ শান্ত হৈ কামবোৰ কৰিব ৷ কঠোৰ পৰিশ্ৰমে আনন্দ দিব ৷

তুলা ৰাশি: দিনটো শুভ ৷ প্ৰশংসা লাভ কৰিব ৷ নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব ৷ পদোন্নতি হʼব পাৰে ৷

বৃশ্চিক ৰাশি: নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ ধৈৰ্য নেহেৰুৱাব ৷ কঠোৰ পৰিশ্ৰমে আনন্দিত কৰিব ৷

ধনু ৰাশি: মানসিক চিন্তা হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাত পলম হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি: যুক্তিৰে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো আনন্দময় হ’ব ৷

কুম্ভ ৰাশি: উৎসৱৰ উৎযাপন ভালদৰে হʼব ৷ নতুন ব্যক্তিৰ লগত সংযোগ হʼব পাৰে ৷ কর্মব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি: নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্মজীৱন ভাল হʼব ৷ পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে ৷

ABOUT THE AUTHOR

...view details