মেষ ৰাশি:গণেশৰ কৃপাত দিনটো আনন্দৰে কটাব ৷ সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু খেলত লাভজনক ফল লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতি হ’ব ৷ পিতৃৰ পৰা ভাল খবৰ পাব ৷
বৃষ ৰাশি: সিদ্ধান্ত গ্ৰহণৰ শান্ত হৈ ভাবি চিন্তিহে লওক ৷ আধা ভাবি লোৱা সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ মানসিক অসান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ ইয়ে কামৰ ওপৰত প্ৰভাৱ পেলাব ৷ খৰচ বৃদ্ধি ৷
মিথুন ৰাশি: গণেশৰ কৃপাত শুভ দিন৷ ডাঙৰৰ পৰা উপদেশ পাব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণ কৰিব পাৰে ৷
কৰ্কট ৰাশি: ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সফল হ’ব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকলে প্ৰশংসা কৰিব ৷ ঘৰুৱা পৰিৱেশ সুখৰ হ’ব ৷ ঘৰটো নকৈ সজাব পাৰে ৷ শৰীৰ ভালে থাকিব ৷ বৈবাহিক জীৱন সুখৰ হওক ৷
সিংহ ৰাশি: দিনটো সুখৰ হ’ব ৷ জমা কৰি থোৱা কাম সম্পুৰ্ণ হ’ব ৷ লাভ বৃদ্ধি ৷ খঙাল হৈ থাকিব ৷ তৰ্কৰ পৰা আঁতৰত থাকিব ৷ ভ্ৰমণত শুভ ৷ শান্ত হৈ থাকিব ৷
কন্যা ৰাশি: খঙাল হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰাৰ সময় নহয় ৷ আনকি মেৰামতি কৰাও ফলদায়ক নহয় ৷ তৰ্ক বিতৰ্ক বহুত বেছি হ’ব ৷ মিছা অপবাদ দিয়া হব পাৰে, যিয়ে মানসিক শান্তি ব্যাহত কৰিব আৰু নিজকে অপমানিত বোধ কৰিব ৷ সাৱধান হ’ব ৷ ব্যবসায়িক প্ৰতিদ্বন্দীসকলে বিপদত পেলাব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷