মেষ ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷
বৃষ ৰাশি : দিনটো শুভ ৷ চাকৰিয়ালসকলৰ বাবে ভাগ্য ভাল ৷ নতুন কাৰ্ম আৰম্ভ কৰিব পাৰে ৷ সফল হ’ব ৷ পদোন্নতি লাভ ৷ সাংসাৰিক জীৱন আনন্দময় ৷
মিথুন ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কৰ্কট ৰাশি :দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কোনো নতুন কাম হাতত নল’ব ৷
সিংহ ৰাশি :স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰ সকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক ৷
কন্যা ৰাশি :ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ ৷ আপুনি প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মী সকলতকৈ আগবাঢ়ি থাকিব ৷ অৱশ্যে সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ স্বাস্থ্যৰ অৱনতি ৷