মেষ ৰাশি : দিনটো শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷
বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নতুন বন্ধু লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি :দিনটো শুভ ৷ পৰিয়ালৰ তথা প্ৰেমৰ সৈতে সম্পর্ক উন্নত ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷
কৰ্কট ৰাশি :দিনটো মধ্যমীয়া ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
সিংহ ৰাশি :প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ নতুন বিষয় অধ্যয়নৰ বাবে আগ্ৰহ ৷ দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷
কন্যা ৰাশি : ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি ৷ মা লক্ষ্মীৰ আৰ্শীবাদ বৰষিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা ৷ অৱশ্যে নতুন কাম আৰম্ভ নকৰিব ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ ধ্যান কৰক ৷ মন প্ৰফুল্লিত হ’ব ৷
তুলা ৰাশি :দিন প্ৰায় শুভ ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ সৎ পথত চলক ৷
বৃশ্চিক ৰাশি :এলাহ ভাৱ পৰিহাৰ কৰক ৷ সুস্থিৰ মনেৰে কাম সম্পাদন কৰক ৷
ধনু ৰাশি :দিনটো মধ্যমীয়া ৷ মানসিক চাপ বৃদ্ধি ৷ স্বাস্থ্য অৱনতি ৷ বিবাদত লিপ্ত হ’ব পাৰে ৷ সতৰ্ক থাকক ৷ পৰিয়ালৰ লোকৰ সৈত সময় কটাওক ৷ পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷
মকৰ ৰাশি : দিনটো শুভ ৷ আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন হ’ব ৷ তথাপিও, দিনটোৰ পিছৰ ভাগত কিছু সাৱধানতা অৱলম্বন কৰা উচিত ৷ আইনী কামকাজত সতৰ্ক হওক ৷ পৰাপক্ষত গাড়ী নচলাব ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ নিশাৰ আহাৰ ভাল হ’ব ৷
কুম্ভ ৰাশি :প্ৰত্যাশিত অথবা অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা ৷ কৰ্মস্থলীৰ পৰিৱেশ উন্নত ৷ পদোন্নতি লাভ ৷ দিনটোৰ ব্যস্ততাক আঁতৰাবৰ বাবে সাঁতোৰক বা ফুৰিবলৈ যাওক ৷
মীন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত লাভাৰ্জন ৷ কৰ্মস্থলীত জ্যেষ্ঠ বা প্ৰতিদ্বন্দীৰ সৈতে তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ কামৰ বাবে দীঘলীয়া ভ্ৰমণ হ’ব পাৰে ৷