মেষ ৰাশি :দিনটো মধ্যমীয়া ৷ সতৰ্কতা অৱলম্বন কৰক ৷ আপোনজনৰ পৰা আঘাত পাব পাৰে ৷ অৱশ্যে প্ৰেম শুভ ৷ ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷
বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত বা মধুৰ বাক্যই শ্ৰোতাক উৎসাহিত কৰিব ৷ পৰিয়ালৰ যতন লওক ৷ খৰচ বৃদ্ধি ৷
মিথুন ৰাশি : কৰ্মস্থলীত নতুন দায়ীত্ব লাভ কৰিব ৷ নতুন অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
কৰ্কট ৰাশি :দিনটো প্ৰায় শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷
সিংহ ৰাশি : দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ সন্তানৰ যতন লওক ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷
তুলা ৰাশি :কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব,লক্ষ্য সফল হʼব ৷ আবেলি সময়খিনি প্ৰায় ভাল হʼব ৷
বৃশ্চিক ৰাশি :দিনটো শুভ ৷ নিজৰ মনৰ শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ নতুন ব্যৱসায় কৰিব, সফল হʼব ৷ শান্ত বা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যতন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি : কথা কওঁতে সাৱধান হওক ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰি ৰাখক, নহ’লে কোনো সমস্যাত পৰিব পাৰে ৷ তৰ্ক-বিতৰ্কত লিপ্ত নহ’ব ৷ স্বাস্থ্যৰ অৱনতি ৷
মকৰ ৰাশি : দিনটো কিছু খেলিমেলিৰ সৃষ্টি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷
কুম্ভ ৰাশি : প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ ভাগ্য প্ৰায় ভাল হʼব ৷ নতুন কৰ্মত সফল হ’ব ৷
মীন ৰাশি :দিনটো প্ৰায় শুভ ৷ দিনটো আনন্দময় হ’ব ৷ ভ্ৰমণৰ যোগ ৷ ধাৰ্মিক উৎসৱ উৎযাপন কৰিব পাৰে ৷ নতুন বস্তু ক্ৰয় কিব পাৰে বা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷