অসম

assam

Daily Horoscope for 10th August: আজিৰ দিনটোৰ ৰাশিফল

By

Published : Aug 10, 2022, 5:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-10th-august
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: অদৰকাৰী বিবাদ, অৰ্থহীন যুক্তিতৰ্ক, নেতিবাচক চিন্তাধাৰ আদিৰ পৰা আঁতৰত থাকিব ৷ অন্যথা দিনটো অতি গম্ভীৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ অৱনতি ঘটিব ৷ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিব ৷ দিনটো ফলপ্ৰসূ হ’ব ৷ আৰ্থিক আৰু বিনিয়োগ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব ৷

বৃষ ৰাশি: কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ আগতে ভাবি চিন্তি ল’ব ৷ অন্যথা বিৰত থাকক, ফলদায়ক পৰিণাম লাভ নকৰিবও পাৰে ৷ চাপ মুক্ত হ’ব পাৰে ৷ জিভাক নিয়ন্ত্ৰণাধীন ৰাখক, ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ পেচাদাৰী দিশত সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিব লগা হ’ব পাৰে ৷

মিথুন ৰাশি: সুস্বাস্থ্যৰ অধিকাৰী হ’ব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আনন্দৰে সময় কটাওক ৷ উদ্বেগ, ক্ৰোধ চিন্তাই মানসিক আৰু শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ৷

কৰ্কট ৰাশি: ব্যক্তিগত, পেচাদাৰী বা সামাজিক সকলো দিশতে শত্ৰুক দমন কৰিৰাখিব ৷ লাভ বৃদ্ধি ৷ পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত সফল হ’ব ৷ ইতিবাচক ফল লাভ কৰিব ৷

সিংহ ৰাশি: পেটৰ অসুখ হ’ব পাৰে ৷ গ্ৰহ ভাল ৷ ঘৰুৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ হ’ব ৷ জাংক ফুড সেৱন কৰা আৰু হোটেলত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব ৷ ব্যৱসায়ীসকলৰ লাভ বৃদ্ধি ৷

কন্যা ৰাশি: মন, শৰীৰ আৰু আত্মাক উৎসাহিত কৰি ৰখাত সফল হ’ব ৷ মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ বদনাম হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ সাৱধানতা অবলম্বন কৰক ৷ পানী আৰু ভ্ৰমণৰ পৰা আঁতৰি থাকক ৷ পৰিয়ালৰ লোকসকলৰ লগত বিবাদ আৰু কাজিয়াৰ পৰা বাচিবৰ বাবে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব লাগিব ৷

তুলা ৰাশি: নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমলৈ মন নাযাব পাৰে ৷ ঘৰুৱা পৰিৱেশ প্ৰতিকূল থাকিব ৷ সৰু সৰু কথাত তৰ্ক কৰাৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি: দিনটোৰ আৰম্ভণি ভাল নহবও পাৰে, কিন্তু অন্ত অতি উত্তম হ’ব ৷ কামৰ বোজা কম হ’ব ৷ কাজিয়া আৰু অৰ্থহীন তৰ্কৰ পৰা বিৰত থাকক ৷ শান্ত হৈ থাকক ৷ নিজৰ বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: অলপ সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ আৰ্থিক লাভ বৃদ্ধি ৷ দিনটো বিভিন্ন সমস্যাসমূহৰ মুখামুখী হোৱাৰ সম্ভাৱনা আছে ৷ পৰিয়ালৰ লোক আক্ৰমণাত্মক হৈ পৰিব ৷ ফলাফল নিৰাশাজনক হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰাতো সহজ নহ’ব ৷ বেছি চিন্তাত পৰিব পাৰে ৷

মকৰ ৰাশি: সতৰ্ক আৰু সাৱধান হৈ থাকিব ৷ আইনী বিবাদৰ সাক্ষী হ’ব ৷ দ্ৰুতবেগত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ মনোভাৱ আৰু শাৰীৰিক ভংগীমাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব ৷ কোনো কথাই সন্মানত আঘাত হানিব পাৰে ৷ স্বাস্থ্য লাহে লাহে উন্নত হৈ আহিব ৷

কুম্ভ ৰাশি:সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত উন্নত হ’ব ৷ ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ বিৰক্ত হ’ব পাৰে ৷ সুখ আৰু শান্তি ভংগ হ’ব ৷ নিজকে শান্ত কৰি ৰাখক ৷ আক্ৰমণাত্মক প্ৰবৃত্তি দমন কৰিব ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখিব ৷ আইনী সমস্যাৰ লেনদেন কৰোতে যত্ন লওক ৷

মীন ৰাশি: দিনটো শুভ ৷ সকলো দিশতে লাভাম্বিত হ’ব ৷ সন্মান বৃদ্ধি পাব ৷ আৰ্থিক আৰু পেচাদাৰী দিশত পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দিনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে পাৰ হ’ব ৷ ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ’ব ৷

ABOUT THE AUTHOR

...view details