অসম

assam

ETV Bharat / bharat

ভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য

28 নৱেম্বৰলৈকে ভাৰতত 93 লক্ষাধিক লোকক স্পৰ্শ কৰিছে কৰ’ণা মহামাৰীয়ে ৷ আইএমচিআৰৰ তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোত 11,57,605 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

By

Published : Nov 28, 2020, 2:24 PM IST

Covid 19 India tracker State wise report
ভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য

হায়দৰাবাদ,28 নৱেম্বৰ:ভাৰতত বিগত 24 ঘণ্টাত 41,322 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্তৰ বৰ্ধিত সংখ্যাই বৰ্তমান অতিক্ৰম কৰিছে 93.51 লক্ষাধিকৰ সীমা ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য ৷ তদুপৰি বিগত 24 ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ 485 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷ সম্প্ৰতি দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,36,200 গৰাকীলৈ ৷

ভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ তালিকা

ভাৰতত কৰ’ণাত আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত 87,59,969 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে ৷ দেশত আৰোগ্যৰ হাৰ হৈছে 93.68 শতাংশ ৷ আইএমচিআৰৰ তথ্য অনুসৰি, শুকুৰবাৰৰ দিনটোলৈকে 11,57,605 টা নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে ৷

লগতে চাওকঃযাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত 53 গৰাকী মহিলা কাৰাবন্দীক মুকলিঃ ক'ত ?

ABOUT THE AUTHOR

...view details