নিউজ ডেস্ক, 15 ডিচেম্বৰ : 7.5 শতাংশ সংৰক্ষণ ব্যৱস্থাৰ দাবী জনোৱা গোচৰ সন্দৰ্ভত মঙলবাৰে চেন্নাই উচ্চ ন্যায়লয়ে ৰায়দান দিয়ে ৷ ন্যায়ধীশ বিনীতা কোথাৰীৰ নেতৃত্বত ৰায়দান কৰা হয় ৷ 5.7 শতাংশ সংৰক্ষণ ব্যৱস্থাই অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীক মাধমাৰ সোধাব বুলি আদালতে ৰায়দান কৰে ৷
উল্লেখ্য যে, ব্যক্তিগত শিক্ষানুষ্ঠান এগৰাকী শিক্ষাৰ্থীয়ে আদালতত গোচৰ তুলিছিল ৷ যি গৰাকী ছাত্ৰই NEET পৰীক্ষাত 565 নম্বৰ পোৱাৰ পিচত মেডিকেলত নামভৰ্তিৰ বাবে যোগ্য নহ'ল ৷