নেশ্যনেল ডেস্ক,14 এপ্ৰিল: দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চিবিএছই-এ ৷ দশম শ্ৰেণীৰ মূল পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ ঘোষণা কৰিছে চিবিএছই ব’ৰ্ডে ৷
চিবিএছইৰ ঘোষণা: দশম শ্ৰেণীৰ পৰীক্ষা বাতিল,দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত
দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ ঘোষণা চিবিএছই ব’ৰ্ডৰ ৷ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলসমূহ বস্তুনিষ্ঠ চৰ্তৰ আধাৰত ঘোষণা কৰিব ব’ৰ্ডে ৷
চিবিএছইৰ ঘোষণা
ইয়াৰোপৰি, দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলসমূহ ব’ৰ্ডে বস্তুনিষ্ঠ চৰ্তৰ আধাৰত ঘোষণা কৰিব । পৰৱৰ্তী সময়চোৱাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এই সন্দৰ্ভত 1 জুনত ব’ৰ্ডে পৰ্যালোচনা কৰিব ৷
লগতে পঢ়ক :কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
Last Updated : Apr 15, 2021, 9:03 AM IST