নিউজ ডেস্ক, 20 মে’:বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান (CBI Raid at Lalu Yadav residence) ৷ লালু প্ৰসাদ যাদৱৰ আৱাস থকা 15 টাকৈ স্থানত চলিছে এই অভিযান ৷ ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷ 2004 চনৰ পৰা 209 চনলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰী আছিল লালু প্ৰসাদ যাদৱ ৷ তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা কেলেংকাৰীৰ সন্দৰ্ভতে এই অভিযান চলাই থকা বুলি সূত্ৰত প্ৰকাশ ৷
পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান - ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান
লালু প্ৰসাদ যাদৱ আৰু ৰাৱৰী দেৱীৰ বাসগৃহত চি বি আইৰ অভিযান (CBI Raid at Lalu Yadav residence) ৷ ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷
![পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান CBI Raid At Lalu Yadav Residence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15334679-thumbnail-3x2-kkf.jpg)
পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান
সম্পূৰ্ণ বাতৰিৰ বাবে অপেক্ষা কৰক...