নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ :বিতৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ পুত্ৰ নিতেশ ৰাণে (Nitesh Rane in controversy) । বৰ্তমানৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেক উপহাস কৰি বিতৰ্কত নিতেশ ৰাণে (Aditya Thackeray was ridiculed by Nitesh Rane) । শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা আদিত্য ঠাকৰেক উপহাস কৰিছিল বিজেপি বিধায়ক নিতেশ ৰাণেই ।
Nitesh Rane in Controversy : মুখ্যমন্ত্ৰীৰ পুত্ৰক উপহাস কৰি বিপদত বিজেপি বিধায়ক
মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য ঠাকৰেক উপহাস কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ পুত্ৰ নিতেশ ৰাণে (Nitesh Rane in controversy) । আদালতত আগতীয়া জামিন বিচাৰি আবেদন নিতেশ ৰাণেৰ ।
মুখ্যমন্ত্ৰীৰ পুত্ৰক উপহাস কৰি বিপদত বিজেপি বিধায়ক নিতেশ ৰাণে
নিতেশ ৰাণেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন মহলত দাবী উঠিছে । শিৱসেনাৰ বিধায়ক সুনীল প্ৰভুৱে বিধানসভাত বিষয়টো উত্থাপন কৰিছিল আৰু বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল । অৱশ্যে নিতেশ ৰাণেই আগতীয়াকৈ জামিন বিচাৰি সিন্ধুদুৰ্গ জিলা আদালতত আবেদন দাখিল কৰিছে । আগতীয়া জামিনৰ শুনানি মঙলবাৰে গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক :Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?