নেশ্যনেল ডেস্ক,13 ডিচেম্বৰ: ক’ভিড-19ত আক্ৰান্ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ৷ টুইটাৰযোগে এই কথা সদৰি কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় যে, তেখেত সম্প্ৰতি সুস্থ আৰু তেখেতে কৰ’ণা ভাইৰাছৰ প্ৰট’কল অনুসৰি হোম আইচ’লেশ্যনত আছে ৷ ইয়াৰ লগতে তেখেতে বিগত দিনসমূহত তেখেতৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনায় ৷
ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা
ক’ভিড-19ত আক্ৰান্ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ৷ টুইটাৰযোগে এই কথা সদৰি কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৷
ক’ভিড 19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
টুইটযোগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷
লগতে পঢ়ক-কৃষি মন্ত্ৰীৰ নেতৃত্বত গৃহমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰীমণ্ডলৰ