ব্যতিক্ৰমী চখ থকা ভূপালৰ এগৰাকী চিকিৎসক - ভূপাল
টকা পইচা বা ধন সম্পত্তিয়ে কিছুমানৰ বাবে সকলো । কিন্তু তাৰ লগতে জীয়াই থাকিবলৈ যে মানুহক চখ বা ৰুচিৰ প্ৰয়োজন সেই কথা প্ৰমাণ কৰিছে ভূপালৰ এগৰাকী ব্যক্তিয়ে । পেচাত এগৰাকী চিকিৎসক হ'লেও তেওঁৰ আছে এক ব্যতিক্ৰমী চখ । যাৰ বাবে তেওঁ পাইছে জীয়াই থকাৰ সুকীয়া আমেজ । চাওঁ আহক সেই ব্যক্তিগৰাকীকলৈ প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন...

ব্যতিক্ৰমী চখ থকা ভূপালৰ এগৰাকী চিকিৎসক