গুৱাহাটী, ২৩ এপ্ৰিলঃ গুৱাহাটী কাহিলীপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ভোটদান । পত্নী গৰিমা গাৰ্গেও ভোটদান কৰিলে জুবিনৰ লগত ।
কাহিলীপাৰা মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ - কাহিলীপাৰা
সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও ভোটদান কৰিলে, পত্নীসহ সহশিল্পীৰ সৈতে ।

কাহিলীপাৰা মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে সহশিল্পীসকলেও জুবিনক সংগ দিয়ে ৷