ইন্টাৰনেশ্যনেল ডেস্ক, 2 এপ্ৰিলঃ COVID-19 মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি 48,000ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়ে ৷ 9,50,000ৰো অধিক লোক বিশ্বৰ ভিন্ন প্ৰান্তত আক্ৰান্ত হৈছে এই মহামাৰীত ৷ কৰ'ণা মহামাৰী সম্পৰ্কে এক ভিডিঅ'যোগে বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মই ব্যক্ত কৰিলে তেওঁলোকৰ অনুভৱ ৷
কৰ'ণা সম্পৰ্কীয় অভিজ্ঞতা ব্যক্ত বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ