নিউজ ডেস্ক, ১৪ জুন :কোভিড-১৯ য়ে সমগ্ৰ বিশ্বত সন্ত্ৰাস চলাই থকাৰ সময়তে বৰ্তমানে দেশৰ চিকিৎসালয় সমূহত ৰোগীৰ বাবে ৰক্তৰ অভাৱে দেখা দিছে । প্ৰতিবছৰে বিশুদ্ধ ৰক্ত সংগ্ৰহ কৰাৰ লক্ষ্যৰে ১৪ জুন তাৰিখে সমগ্ৰ বিশ্বত বিশ্ব ৰক্ত দিৱস হিচাপে উদযাপন কৰা হয় । নোবেল পুৰস্কাৰ প্ৰাপ্ত ব্লাড গ্ৰুপৰ ষ্টিমেৰৰ জন্মদাতা কাৰ্ল ল্যাডষ্টেইনেৰ জন্মদিনৰ দিনা বিশ্ব ৰক্ত দিৱস পালন কৰা হয় ।
ৰক্ত দিৱসৰ দিনা কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষ বৰ্ধনে দেশৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক ৰক্ত দান কৰিবলৈ আহ্বান জনাইছে ।