অসম

assam

ETV Bharat / bharat

শৌচাগাৰৰ পানীৰে পিয়াহ নিবাৰণঃ চিকিৎসালয়ৰ ভিতৰত বন্দী হৈ থাকিল পাঁচ ঘন্টা - স্বাস্থ্য কেন্দ্ৰ

উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ তিনিবছৰীয়া সন্তানসহ পাঁচঘন্টা ধৰি চিকিৎসালয়ৰ ভিতৰত তলাবন্ধ হৈ থাকে এগৰাকী মহিলা ৷

চিকিৎসালয়ৰ ভিতৰত বন্দী হৈ থাকিল পাঁচ ঘন্টা

By

Published : Jun 23, 2019, 7:58 PM IST

নিউজ ডেস্ক, 23 জুনঃউত্তৰ প্ৰদেশৰ মুজাফৰনগৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসাকেন্দ্ৰত থকা এগৰাকী মহিলাক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰতে বন্দী কৰি থৈ গুচি যায় স্বাস্থ্যকৰ্মী তথা চিকিৎসকে ৷ ঘটনাটো সংঘটিত হয় মুজাফৰনগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৷ ভিতৰত নিজ সন্তানসহ তলাবন্দী হৈ থকা মহিলাগৰাকীয়ে ব্যক্ত কৰিলে সমগ্ৰ ঘটনা ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন.....

শৌচাগাৰৰ পানীৰে পিয়াহ নিবাৰণঃ চিকিৎসালয়ৰ ভিতৰত বন্দী হৈ থাকিল পাঁচ ঘন্টা

ABOUT THE AUTHOR

...view details