- বায়ু সেনাৰ ‘Falcon Slayers’ আৰু ‘AMRAAM Dodgers’ সন্মানেৰে বিভূষিত হ'ল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান
- ইয়াৰ লগতে উইং কামাণ্ডাৰ গৰাকীৰ সাহসিকতাৰ বাবে প্ৰদান কৰা হয় বিশেষ এযোৰ ইউনিফৰ্ম
- ইউনিফৰ্ম যোৰৰ ওপৰত লাগি থাকিব ‘AMRAAM Dodgers’ আৰু তলত থাকিব ‘Falcon Slayers’ৰ সন্মান
- পাকিস্তানী বায়ু সেনাৰ AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ বাবেই এই সন্মান পাইলট গৰাকীলৈ
- ভাৰতীয় বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকৰ সময়ত পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল বৰ্থমান
- অতি পুৰণি MiG-21 Bison বিমানেৰে পাকিস্তানৰ F-16 যুদ্ধবিমানক পৰাভূত কৰিছিল পাইলটগৰাকীয়ে
‘Falcon Slayers’ আৰু ‘AMRAAM Dodgers’ সন্মানেৰে বিভূষিত হ'ল উইং কামাণ্ডাৰ অভিনন্দন - Indian Air Force
পাকিস্তানী বায়ু সেনাৰ AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ বাবেই ‘Falcon Slayers’ আৰু ‘AMRAAM Dodgers’ সন্মান প্ৰদান কৰা হয় পাইলট গৰাকীক
‘Falcon Slayers’ আৰু ‘AMRAAM Dodgers’ সন্মানেৰে বিভূষিত হ'ল উইং কামাণ্ডাৰ অভিনন্দন