নিউজ ডেস্ক, 13 নৱেম্বৰঃ ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাই স্থাপন কৰিব WHO GLOBAL CENTRE ON TRADITIONAL MEDICINE IN INDIA নামেৰে এক কেন্দ্ৰ ৷ শুক্ৰবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই কথা সদৰি কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
বিশ্ব স্বাস্থ্য সংস্থাই স্থাপন কৰিব WHO GLOBAL CENTRE ON TRADITIONAL MEDICINE IN INDIA:নৰেন্দ্ৰ মোদী - ৰাষ্ট্ৰীয় আয়ুবেদ প্ৰতিষ্ঠান
পৰম্পৰাগত ঔষধৰ গৱেষণা শক্তিশালী কৰিবৰ বাবেই এই কেন্দ্ৰ স্থাপন কৰিব বিশ্ব স্বাস্থ্য সংস্থাই ৷ শুক্ৰবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই কথা সদৰি কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
বিশ্ব স্বাস্থ্য সংস্থাই স্থাপন কৰিব WHO GLOBAL CENTRE ON TRADITIONAL MEDICINE IN INDIA:নৰেন্দ্ৰ মোদী
প্ৰধান মন্ত্ৰীয়ে কয়, পৰম্পৰাগত ঔষধৰ গৱেষণা শক্তিশালী কৰিবৰ বাবেই এই কেন্দ্ৰ স্থাপন কৰিব বিশ্ব স্বাস্থ্য সংস্থাই ৷ প্ৰধান মন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আয়ুৰ্বেদ, জামনগৰ (গুজৰাট) আৰু ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান, জয়পুৰ (ৰাজস্থান) উদ্বোধন কৰাৰ পিচতে এই কথা সদৰি কৰে ৷
লগতে পঢ়কঃছখন ৰাজ্যলৈ কেন্দ্ৰৰ অতিৰিক্ত ৪,৩৮২ কোটি টকা মুকলি