2019-20 ৰ বাজেটত কি আছে মহিলাৰ বাবে? - WOMEN EMPOWERMENT
2019-20ৰ বাজেটত কি আছে মহিলাৰ বাবে ?
2019-20ৰ বাজেটত কি আছে মহিলাৰ বাবে?
নিউজ ডেস্ক, 5 জুলাই: মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটত প্ৰতিটো ক্ষেত্ৰত মনযোগ দিয়া দেখা গৈছে ৷
- জন ধন একাউণ্ট থকা প্ৰত্যেকটো মহিলা আত্মসহায়ক গোটৰ সদস্যক 5 হেজাৰ টকাৰ অভাৰদ্ৰাফ্ট প্ৰদান কৰা হ’ব ৷
- প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ 1 লাখ টকা মুদ্ৰা ঋণ প্ৰদান কৰা হ’ব ৷
- ভাৰতৰ অৰ্থ-সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তনত মহিলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷
- মহিলা অত্মসহায়ক গোটলৈ অঋিক ঋণ প্ৰদান কৰা হ’ব ৷
- সংসদত অভিলেখ সংখ্যক 78 গৰাকী মহিলা সাংসদ আছে ৷
- 2019 সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক মহিলাই অংশগ্ৰহণ কৰা দেখা গৈছে ৷
- নীতি নিৰ্ধাৰণত পুৰুষৰ সমান্তৰলকৈ মহিলাৰ অংশগ্ৰহণ কৰা দেখা গৈছে ৷
- মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰাত গুৰুত্ব ৷
- মহিলা সৱলীকৰণ নহ’লে দেশৰ উন্নতি সম্ভৱ নহয় ৷