অসম

assam

ETV Bharat / bharat

তামিলনাডুৰ মাছমৰীয়ালৈ 61 দিনীয়া নিষেধাজ্ঞা জাৰি - তামিলনাডু

এই নিষেধাজ্ঞা 15 এপ্ৰিলৰ পৰা 15 জুন লৈকে জাৰি থাকিব ৷ এই সময়ছোৱাত মাছৰ দাম প্ৰায় 50-75 শতাংশ বৃদ্ধি পায় ৷ প্ৰতি বছৰে তামিলনাডু চৰকাৰে এই নিষেধাজ্ঞা জাৰি কৰি আহিছে ৷ মাছৰ প্ৰজননৰ সময় হোৱাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰি আহিছে চৰকাৰে ৷

61 দিনীয়া নিষেধাজ্ঞাক কি দৰে ব্যৱহাৰ কৰে তামিলনাডুৰ মাছমৰীয়ায়ে?

By

Published : May 16, 2019, 1:26 PM IST

ৰামেশ্বৰম,16 মে’: তামিলনাডু চৰকাৰে আৰুপ কৰা 61 দিনীয়া নিষেধাজ্ঞাৰ সময়চোৱাত যন্ত্ৰ চালিত নাও মেৰামতি কৰি ব্যয় কৰে মাছমৰীয়াসকলে ৷ এই নিষেধাজ্ঞা 13 এপ্ৰিলৰ মাজনিশাৰ পৰা প্ৰযোজ্য হৈছে ৷ এই নিষেধাজ্ঞা 15 এপ্ৰিলৰ পৰা 15 জুন লৈকে জাৰি থাকিব ৷ এই সময়টোৱাত মাছৰ দাম প্ৰায় 50-75 শতাংশ বৃদ্ধি পায় ৷ প্ৰতি বছৰে তামিলনাডু চৰকাৰে এই নিষেধাজ্ঞা জাৰি কৰি আহিছে ৷ মাছৰ প্ৰজননৰ সময় হোৱাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰি আহিছে চৰকাৰে ৷

লগতে পঢ়ক: শিক্ষক নোহোৱা বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ 71% !

এই নিষেধাজ্ঞাৰ সময়চোৱাত মাছমৰীয়া সকলে নিজৰ যন্ত্ৰ চালিত নাও আৰু মাছ মৰা জাল সমূহ পৰৱৰ্তী মাছ মৰা বতৰৰ বাবে সাজু কৰাত ব্যস্ত হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details