নিউজ ডেস্ক, ১ জুলাই :পশ্চিম বংগৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে পুনৰ ১৫ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ।
তথ্য অনুসৰি, ৰাজ্যখনৰ কলিকতাত ৭ গৰাকী, উত্তৰ পৰগনাত ৪ গৰাকী, হাওৰাত ২ গৰাকী আৰু জলপাইগুৰি আৰু দক্ষিণ পৰগনা অঞ্চলত ১ গৰাকী লোকে এই ভাইৰাছত মৃত্যু বৰণ কৰে ।