নিউজ ডেস্ক, 12 মে' : নিৰ্বাচনী হিংসাত জৰ্জৰিত পশ্চিমবংগ ৷ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষৰ বাহন লণ্ড-ভণ্ড কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ৷
পশ্চিমবংগত বিজেপি সভাপতিৰ বাহন লণ্ড-ভণ্ড - পশ্চিমবংগত বিজেপি সভাপতিৰ বাহন লণ্ড-ভণ্ড
অভিযোগ অনুসৰি পূব মিণ্ডাপুৰত তৃণমূল কৰ্মীয়ে ভাঙি লণ্ড-ভণ্ড কৰে বিজেপিৰ সভাপতিগৰাকীৰ চাৰিচকীয়া বাহন ৷ ঘটনাৰ পাচতে নিৰাপত্তাবাহিনী মোতায়েন কৰা হৈছে অঞ্চলটোত ৷
![পশ্চিমবংগত বিজেপি সভাপতিৰ বাহন লণ্ড-ভণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3259344-thumbnail-3x2-wb.jpg)
পশ্চিমবংগত বিজেপি সভাপতিৰ বাহন লণ্ড-ভণ্ড
অভিযোগ অনুসৰি পূব মিণ্ডাপুৰত তৃণমূল কৰ্মীয়ে ভাঙি লণ্ড-ভণ্ড কৰে বিজেপিৰ সভাপতিগৰাকীৰ চাৰিচকীয়া বাহন ৷ ঘটনাৰ পাচতে নিৰাপত্তাবাহিনী মোতায়েন কৰা হৈছে অঞ্চলটোত ৷