নিউজ ডেস্ক,৫জুলাই: মুম্বাইত তৃতীয় দিনাও অব্যাহত আছে ধাৰাষাৰ বৃষ্টিপাত । দেওবাৰে বতৰ বিজ্ঞান বিভাগে এক হালধীয়া সতৰ্ক বাৰ্তাৰে ৰায়গড়, থানে আৰু মুম্বাইৰ অন্যান্য স্থান সমূহতো প্ৰৱল বৃষ্টিপাতৰ আগ জাননী জাৰি কৰিছে । বৃহত্তৰ মুম্বাই নগৰ নিগম(BMC)ৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জানিবলৈ দিয়া মতে, ইতিমধ্যে মহানগৰখনৰ নিম্ন অঞ্চলসমূহত বৰষুণৰ পানী জমা হোৱাৰ খবৰ পোৱা গৈছে ।
মুম্বাইত তৃতীয় দিনাও অব্যাহত ধাৰাষাৰ বৃষ্টিপাত - water-logging in Mumbai
মুম্বাইত তৃতীয় দিনাও অব্যাহত আছে ধাৰাষাৰ বৃষ্টিপাত । দেওবাৰে বতৰ বিজ্ঞান বিভাগে এক হালধীয়া সতৰ্ক বাৰ্তাৰে ৰায়গড়, থানে আৰু মুম্বাইৰ অন্যান্য স্থান সমূহতো প্ৰৱল বৃষ্টিপাতৰ আগ জাননী জাৰি কৰিছে ।

মুম্বাইত তৃতীয় দিনাওঁ অব্যাহত ধাৰাষাৰ বৃষ্টিপাত
মুম্বাইত তৃতীয় দিনাওঁ অব্যাহত ধাৰাষাৰ বৃষ্টিপাত
আনহাতে প্ৰৱল বৃষ্টিপাতৰ ফলত মুম্বাইৰ পুৱাই লেকতো(Powai Lake) পানীৰ সীমাৰেখা পাৰ হোৱা পৰিলক্ষিত হৈছে ।