নিউজ ডেস্ক, 11 জুনঃসন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সেনাই উদ্ধাৰ কৰে এক শক্তিশালী ইমপ্ৰভাইছদ এক্সপ্লছিভ ডিভাইছ ৷ পিচত সেনাৰ বোমা বিশেষজ্ঞৰ উপস্থিতিত বিস্ফোৰণ ঘটোৱা হয় উদ্ধাৰ কৰা আই ই ডিটো ৷
পুঞ্চত উদ্ধাৰ শক্তিশালী আই ই ডিঃ সেনাৰ উপস্থিতিত বিস্ফোৰণ - EtvBharatAssam
সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত বি এছ এফে উদ্ধাৰ কৰে এক শক্তিশালী ইমপ্ৰভাইছদ এক্সপ্লছিভ ডিভাইছ ৷ পিচত সেনাৰ বোমা বিশেষজ্ঞৰ উপস্থিতিত বিস্ফোৰণ ঘটোৱা হয় উদ্ধাৰ কৰা আই ই ডি ৷
![পুঞ্চত উদ্ধাৰ শক্তিশালী আই ই ডিঃ সেনাৰ উপস্থিতিত বিস্ফোৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3528560-776-3528560-1560255152861.jpg)
পুঞ্চত উদ্ধাৰ শক্তিশালী আইইডিঃ সেনাৰ উপস্থিতিত বিস্ফোৰণ
পুঞ্চত উদ্ধাৰ শক্তিশালী আইইডিঃ সেনাৰ উপস্থিতিত বিস্ফোৰণ
সীমা সুৰক্ষা বল অৰ্থাৎ বি এছ এফৰ এটি ৰোড অপেনিং পাৰ্টিক লক্ষ্য কৰি সংস্থাপন কৰা হৈছিল আই ই ডিটো ৷ ৰাজ্যখনৰ পুঞ্চ জিলাৰ কৃষ্ণ ঘাটী দলঙৰ সমীপত স্থাপন কৰা হৈছিল বোমাটো ৷ অৱশেষত সেনাৰ বোমা বিশেষজ্ঞৰ উপস্থিতিত সফলতাৰে বোমাটো নিষ্ক্ৰিয় কৰা হয় ৷