অসম

assam

ETV Bharat / bharat

ভোটাৰ কাৰ্ড লৈ 5000 মহিলাৰ লোকনৃত্য ক’ত ? - অসম নিউজ

হিমাচলৰ কুল্লুত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি প্ৰায় 5000 তকৈ অধিক মহিলাই পৰম্পৰাগত নৃত্যৰে অভিলেখ সৃষ্টি কৰে ৷ ভোটাৰ কাৰ্ডৰ সৈতে ভাৰতৰ আটাইতকৈ ডাঙৰ লোক নৃত্য হিচাপে ইণ্ডিয়া বুক ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় মহিলাসকল ৷

5000 মহিলাৰ লোকনৃত্য

By

Published : May 9, 2019, 9:03 AM IST

নিউজ ডেস্ক, 9 মাৰ্চ: হিমাচল প্ৰদেশৰ কুল্লুত লোকসভা নিৰ্বাচনৰ সৰ্বাত্মক জ্বৰ ৷ কুল্লুত প্ৰায় 5000 অধিক মহিলাই ভোটাৰ কাৰ্ডৰ সৈতে পৰম্পৰাগত নৃত্য কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত ৷ উল্লেখ্য যে, হিমাচলৰ কুল্লুত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি প্ৰায় 5000 তকৈ অধিক মহিলাই পৰম্পৰাগত নৃত্যৰে অভিলেখ সৃষ্টি কৰে ৷ ভোটাৰ কাৰ্ডৰ সৈতে ভাৰতৰ আটাইতকৈ ডাঙৰ লোক নৃত্য হিচাপে ইণ্ডিয়া বুক ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় মহিলাসকল ৷ আনহাতে, মহিলাসকলে এই নৃত্যৰে দেশৰ জনসাধৰণক নিৰ্বাচন সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ এক প্ৰয়াস বুলিও মন্তব্য কৰে ৷

5000 মহিলাৰ লোকনৃত্য

ABOUT THE AUTHOR

...view details