নিউজ ডেস্ক, 3 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ঘৰজিয়াবাদস্থিত মুৰাদনগৰ থানা অন্তৰ্গত এখন শ্মশানৰ এটা অৰ্ধনিৰ্মিত ঘৰৰ দেৱাল খহি পৰা ফলত কুৰিৰো অধিত লোক গুৰুত্বভাৱে আঘাট প্ৰাপ্ত হয় ৷
প্ৰাপ্ত খৱৰ অনুসৰি, এজন লোকৰ অন্তিম সংস্কৰণৰ বাবে সমবেত হোৱা লোকৰ ওপৰত এই অৰ্ধনিৰ্মিত দেৱালখন খহি পৰে ৷ এতিয়াও দেৱালয় খনৰ ভগ্নাৱশেষৰ তলত বহুলোক আৱদ্ধ হৈ আছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷