অসম

assam

By

Published : Jun 14, 2020, 8:35 PM IST

ETV Bharat / bharat

ক'ৰণা ৰোগীৰ চকুপানীত ক'ৰণা ভাইৰাছৰ অৱস্থিতি

ভিক্টোৰিয়াত ৪৫ জন ক'ৰণা পজিটিভ ৰোগীৰ মাজত চলোৱা এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ।

Virus in tears of corona patients In a report from Minto Hospital Experts
Virus in tears of corona patients In a report from Minto Hospital Experts

নিউজ ডেস্ক, ১৪ জুন : ক'ৰণা ৰোগীৰ চকুপানীত ভাইৰাছ থাকে । মিন্টো হাস্পতালৰ বিশেষজ্ঞৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।

ক'ৰণা ৰোগীৰ চকুপানী ক'ৰণা ভাইৰাছৰ অৱস্থিতি

সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা ক'ৰণা ভাইৰাছ বিভিন্ন মাধ্যমেৰে সংক্ৰমণ হৈছে । ক'ৰণা ভাইৰাছৰ বৈশিষ্ট দৈনিক সলনি হৈছে । কোনেও বৰ্তমানলৈ সঠিক বৰ্ণনা কৰিব পৰা নাই ক'ৰণা ভাইৰাছ বৈশিষ্টৰ । এনে সময়তে মিন্টো হাস্পাতালৰ বিশেষজ্ঞৰ এক প্ৰতিবেদনত প্ৰথমবাৰলৈ প্ৰকাশ পাইছে ক'ৰণা ৰোগীৰ চকুপানীত ক'ৰণা ভাইৰাছৰ অৱস্থিতিৰ তথ্য ।

ক'ৰণা ৰোগীৰ চকুপানী ক'ৰণা ভাইৰাছৰ অৱস্থিতি

ভিক্টোৰিয়াত ৪৫ জন ক'ৰণা পজিটিভ ৰোগীৰ মাজত চলোৱা এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য । এইয়া চকু চিকিৎসকৰ বাবে এক সতর্ক বাৰ্তাও হ'ব পাৰে ।

লগতে পঢ়ক :ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ আজমল ফাউণ্ডেচনৰ এক লাখ টকাৰ আৰ্থিক সাহায্য

ABOUT THE AUTHOR

...view details