অসম

assam

ETV Bharat / bharat

পৰিয়ালসহ তিৰুপতি বালাজী মন্দিৰ দৰ্শন উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ

মঙলবাৰে পুৱাই তিৰুপতি বালাজী মন্দিৰ দৰ্শনৰ উদ্দেশ্যে মন্দিৰত উপস্থিত হয় উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু

By

Published : Jun 4, 2019, 11:02 AM IST

Updated : Jun 4, 2019, 11:50 AM IST

পৰিয়ালসহিতে তিৰুপতি বালাজী মন্দিৰ দৰ্শন উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ

তিৰুমালা,4 জুন: মঙলবাৰে পুৱাই অন্ধ্ৰপ্ৰদেশৰ তিৰুমালাস্থিত বিশ্ব প্ৰসিদ্ধ তিৰুপতি বালাজী মন্দিৰ দৰ্শনৰ উদ্দেশ্যে পৰিয়াল সহ মন্দিৰত উপস্থিত হয় দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু ৷ পৰিবাৰৰ সৈতে ভগৱান তিৰুপতি বালাজীৰ দৰ্শনৰ লগতে পুজা-অৰ্চনা আগবঢ়াই উপ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ উল্লেখ্য যে প্ৰত্যেক বছৰে তিৰুপতি বালাজী মন্দিৰ দৰ্শনৰ উদ্দেশ্য সমগ্ৰ দেশৰ উপৰিও বিদেশী লোকেও ভিৰ কৰেহি তিৰুমালাত ৷

Last Updated : Jun 4, 2019, 11:50 AM IST

ABOUT THE AUTHOR

...view details