নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : লাইন অৱ এক্সুৱেল কন্ট্ৰ’লক লৈ চিন্তা হৈ থকাৰ মাজতে ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচ আৰু ভাৰতীয় সেনাৰ বহুকেইটা ইউনিটে অৱস্থান কৰিছে ভাৰত-চীন সীমান্তৰ নেলং উপত্যকাত ৷
স্থলসেনাৰ উপৰিও ভাৰতীয় বায়ু সেনাইও আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা নজৰ ৰাখিছে যাতে, চুবুৰীয়া ৰাষ্ট্ৰখনৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰি ৷