অসম

assam

ETV Bharat / bharat

লক্ ডাউন: হেল্প লাইন নম্বৰ মুকলি হিমাচল প্ৰদেশ চৰকাৰৰ - হিমাচল প্ৰদেশ চৰকাৰ

লক্ ডাউনত উপযোগী হোৱাকৈ হেল্প লাইন নম্বৰ মুকলি হিমাচল প্ৰদেশ চৰকাৰৰ । নম্বৰ কেইটা হৈছে ০১৭৭-২৬২২২০৪, ০১৭৭-২৬২৯৬৮৮, ০১৭৭-২৬২৯৯৩৯ আৰু টল ফ্ৰী নম্বৰ ১০৭০ আৰু ১০৭৭ ।

Use helpline numbers for assistance during lockdown: CM to HP residents in and outside state
Use helpline numbers for assistance during lockdown: CM to HP residents in and outside state

By

Published : Apr 12, 2020, 11:20 AM IST

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ দেশত এতিয়া কৰ'ণা ভাইৰাছৰ মহামাৰী প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া লক্ ডাউন । লক্ ডাউনৰ সময়ত হিমাচল বাসীৰ সহায়ৰ বাবে উপযোগী হোৱাকৈ হিমাচল প্ৰদেশ চৰকাৰৰ হেল্প লাইন নম্বৰ মুকলি । শনিবাৰে এই কথা সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে । মুখ্য়মন্ত্ৰীগৰাকীয়ে লগতে কয় COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য়িক নিয়ন্ত্ৰণ কক্ষও গঠন কৰা হৈছে ।

ৰাজ্য চৰকাৰে মুকলি কৰা হেল্প লাইন নম্বৰ কেইটা হৈছে-০১৭৭-২৬২২২০৪, ০১৭৭-২৬২৯৬৮৮, ০১৭৭-২৬২৯৯৩৯ ।ইয়াৰ লগতেটল ফ্ৰী নম্বৰ ১০৭০ (বহিঃৰাজ্যত থকা সকলৰ বাবে) আৰু ১০৭৭ । ২৪ ঘণ্টাই কাৰ্যৰত হ'ব এই নম্বৰ কেইটা ।

অৱশ্যে অন্যান্য ৰাজ্যত থকা হিমাচল প্ৰদেশৰ নাগৰিকৰ বাবে ০১৭৭-২৬২৬০৭৬ আৰু০১৭৭-২৬২৬০৭৭ নম্বৰ দুটামুকলি কৰা হৈছে এই দুটা নম্বৰ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ থাকিব । অন্য ৰাজ্যত আৱদ্ধ থকা হিমাচল প্ৰদেশৰ নাগৰিকৰ থকা, খোৱা, জৰুৰীকালিন চিকিৎসা সেৱা ইত্যাদি প্ৰদান কৰাৰ লগতে যি যি অসুবিধা আছে সেই সমূহ বিভিন্ন ৰাজ্য় চৰকাৰৰ সৈতে বাৰ্তালাপ কৰি দূৰ কৰা যথোপযুক্ত চেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

চণ্ডীগড়ত থকা হিমাচল প্ৰদেশৰ লোকৰ বাবে ০১৭২-৫০০০১০৩, ০১৭২-৫০০০১০৪, ৮১৪৬৩১৩১৬৭আৰু৯৯৮৮৮৯৮০০৯

দিল্লীত থকা হিমাচল প্ৰদেশৰ নাগৰিকৰ বাবে০১১-২৩৭১১৯৬৪, ০১১-২৩৭১৬৫৭৪, ০১১-২৪১০৫৩৮৬ । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ উপলব্ধ থাকিব । আনহাতে ০১১-২৩৭১৬১২৪, ২৫, ২৬ আৰু ২৭, ০১১-২৪১০৫৩৮৬, ৮৭ আৰু ৮৮নম্বৰটো সন্ধিয়া ৫ বজাৰ পৰা ১০ বজালৈ উপলব্ধ থাকিব ।

ABOUT THE AUTHOR

...view details