অসম

assam

By

Published : Feb 28, 2019, 12:04 PM IST

ETV Bharat / bharat

ভাৰতৰ উগ্ৰপন্থী বিৰোধী অভিযানক সমৰ্থন আমেৰিকাৰ

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পাম্পিয়োৱে বুধবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ফোনযোগে এই কথা ব্যক্ত কৰে

mike pompeo

পুলৱামা আক্ৰমণৰ পাচত পাকিস্তানী উগ্ৰপন্থী সংগঠন জেইচ ই মহম্মদৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰা অভিযানক সমৰ্থন জনাইছে আমেৰিকাই । আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পাম্পিয়োৱে বুধবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ফোনযোগে এই কথা ব্যক্ত কৰে । ভাৰতে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে সঠিক পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details