অসম

assam

By

Published : Jan 29, 2020, 5:08 PM IST

ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ !!!

1 ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট ৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ !

কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ
কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ

গুৱাহাটী,28 জানুৱাৰীঃ 1 ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিব তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ ! কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ আশাবাদী নতুন প্ৰজন্ম । অৰ্থৰ বিপৰীতে সকলোৱে একেমুখে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় বিত্তমন্ত্ৰীক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ মতে,শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ লগতে অসমৰ বানপানী সমস‍্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বাজেটখনত ৷ আনহাতে,ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ ছাত্র সুস্মিত ইছফাক আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সৌৰভ শইকীয়াই নতুন বাজেটত শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় ৷

কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ

ABOUT THE AUTHOR

...view details