অসম

assam

ETV Bharat / bharat

দেশৰ নিবনুৱাৰ হাৰ 6.1 শতাংশ - jobs in India

অৱশেষত শ্ৰম মন্ত্ৰালয়ে ৰাজহুৱা কৰিলে 2017-18 নিবনুৱাৰ গড় তথ্য

দেশৰ নিবনুৱাৰ হাৰ 6.1 শতাংশ

By

Published : May 31, 2019, 8:07 PM IST

  • বিগত 45 বছৰৰ ভিতৰত সৰ্বাধিক এই সংখ্যা
  • দেশৰ মুঠ শ্ৰম শক্তিৰ ভিতৰত নিবনুৱাৰ হাৰ 6.1 শতাংশলৈ বৃদ্ধি পাইছে
  • চহৰ অঞ্চলত শিক্ষিত নিবনুৱাৰ হাৰ 7.8 শতাংশ
  • আনহাতে গ্ৰামাঞ্চলত এই হাৰ 5.3 শতাংশ
  • নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই তথ্যই খলকনি তুলিছিল যদিও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আনুষ্ঠানিক ভাৱে ইয়াৰ ঘোষণা কৰা নাছিল
  • অৱশেষত শুকুৰবাৰে চৰকাৰে এই তথ্য ঘোষণা কৰে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ দ্বিতীয় কাৰ্যকালত নিবনুৱাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়

ABOUT THE AUTHOR

...view details