জম্মু-কাশ্মীৰ,12 আগষ্ট:পুনৰ অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ পুলৱামা জিলা ৷ বুধবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত জিলাখনৰ কাম্ৰাজিপ্ৰা গাঁৱত সন্ত্ৰাসবাদী আৰু সৈন্যবাহিনীৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা ৷ উক্ত গুলিয়াগুলিৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুগৰাকী সেনা জোৱান ৷
অশান্ত জম্মু-কাশ্মীৰ: সংঘৰ্ষত আহত দুগৰাকী সেনা জোৱান - Pulwama District
বুধবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত পুলৱামাত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা ৷ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় উক্ত গুলিয়াগুলিৰ ঘটনা ৷ ঘটনাটোৰ ফলত আহত হৈছে দুগৰাকী সেনা জোৱান ৷

অশান্ত জম্মু-কাশ্মীৰ