- অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলন ৷ এইবাৰ টাৱাং জিলাৰ লুমলাৰ এখন আৱাসিক স্কুলত ভূমিস্খলন
- ভূমিস্খলনৰ ফলত স্কুলৰ বেৰ ভাঙি দুজন ছাত্ৰৰ মৃত্যু আৰু দুজন গুৰুতৰভাৱে আহত
- নামটাচেৰিঙ আৱাসিক স্কুলৰ দুগৰাকী ছাত্ৰী, পঞ্চম শ্ৰেণীৰ ৰিনচিন লামো (১০), আৰু ষষ্ঠ শ্ৰেণীৰ জেনদেন ৱাংমো( ১০)ৰ মৃত্যু
- টাৱাঙৰ লুমলা অঞ্চললৈ যোৱা পথত কেবাঠাইতো ভূমিস্খলন হৈ পথটোৰ যাতায়ত দুৰ্গম হৈ পৰিছে
- লুমলা মহকুমা ভাৰত-ভূটান আৰু ভাৰত-তীব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চল
- আজিও যোগাযোগ বিচ্ছিন্ন ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথেৰে আন্তঃৰাষ্টীয় চীন সীমান্তবৰ্তী অঞ্চল টাৱাঙলৈ
- ব'মডিলাৰ উপায়ুক্ত ড৹ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ জৰিয়তে আজিৰে পৰা ১৫ আগষ্টলৈকে বন্ধ কৰি দিলে ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথটো
অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ভয়াৱহ ৰূপ - ভূমিস্খলন
ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অৰুণাচল প্ৰদেশত ৷ ৰাজ্যখনত ধন-জনৰ ক্ষতি হোৱাৰ লগতে ব্যাহত হৈ পৰিছে যাতায়ত ৷
অৰুনাচল প্ৰদেশত পুনৰ ভূমিস্খলন