চোপিয়ানত অব্যাহত সেনা-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ - সংঘৰ্ষ
সেনা-সন্ত্ৰাসবাদীৰ মাজত হোৱা উক্ত সংঘৰ্ষত নিহত দুগৰাকীকৈ বিদ্ৰোহী
![চোপিয়ানত অব্যাহত সেনা-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2988710-thumbnail-3x2-encounter-jpg.jpg)
সেনা-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ
নিউজ ডেস্ক, 13 এপ্ৰিল : জম্মু-কাশ্মীৰৰ চোপিয়ান জিলাত অব্যাহত আছে সেনা-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ ৷ শনিবাৰে জিলাখনৰ গাহান্দ এলেকাত হোৱা উক্ত সংঘৰ্ষত সেনাৰ গুলীত নিহত হয় দুগৰাকীকৈ বিদ্ৰোহী ৷
Last Updated : Apr 13, 2019, 10:38 AM IST