অসম

assam

ETV Bharat / bharat

ৰাজস্থানত দুই দলিত যুৱকক মৰিয়াই মৰিয়াই হত্যা - ৰাজস্থান

অভিযুক্ত যুৱককেইজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Two Dalit youths beaten to death in Rajasthan
Two Dalit youths beaten to death in Rajasthan

By

Published : Jun 5, 2020, 8:46 PM IST

ৰাজস্থান, ৫ জুন : ৰাজস্থানৰ নাগৌৰত দলিত সম্প্ৰদায়ৰ দুই যুৱকক নিশা সহপাঠীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে । এটা সুৰা পাৰ্টিৰ পাচত যুৱককেইজনৰ মাজত সামান্য কথাতে বাক বিতণ্ডাৰ সৃষ্টি হয় । এই বাক বিতণ্ডাই ক্ৰমাৎ সংঘাতৰ ৰূপ লয় আৰু যুৱককেইজনে মৰিয়াই মৰিয়াই হত্যা কৰে লগৰে যুৱক দুজনক ।

ৰাজস্থানত দুই দলিত যুৱকক মৰিয়াই মৰিয়াই হত্যা

ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত যুৱক ছয়জনক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ।

লগতে চাওকঃ ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ

ABOUT THE AUTHOR

...view details