অসম

assam

ETV Bharat / bharat

280 টা বৰ্ণৰ সৈতে 140 ছেকেণ্ডৰ অডিঅ' টুইটৰ মজা লওক iOS ব্যৱহাৰকাৰীসকলে

প্ৰতিটো ভয়চ টুইটে কেৱল 140 ছেকেণ্ডৰ অডিঅ' হে আয়ত্ত কৰিব পাৰিব ৷ টুইটাৰত সাধাৰণতে 140 টা বৰ্ণ ব্যৱহাৰ কৰিব পাৰে যদিও এই পৰীক্ষাৰ পাছত মনত ৰাখিবৰ বাবে 280 বুলি কাষত লিখি ৰখা হৈছে ৷

Twitter rolls out 140-second audio tweets for limited iOS users
280 টা বৰ্ণৰ সৈতে 140 ছেকেণ্ডৰ অডিঅ' টুইটৰ মজা লওঁক iOS ব্যৱহাৰীকাৰীসকলে

By

Published : Jun 18, 2020, 6:25 PM IST

নিউজ ডেস্ক, 18 জুনঃ 280 টা বৰ্ণৰ সৈতে 140 ছেকেণ্ডৰ অডিঅ' টুইট কৰাটো শীঘ্ৰেই সম্ভৱ হৈ উঠিব পাৰে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰত Micro-blogging প্লেটফৰ্মে সীমিত সংখ্যাক লোকৰ বাবে অডিঅ' স্নিপেট ৰেক'ৰ্ড কৰি ইয়াক টুইটৰ সৈতে সংলগ্ন কৰাৰ পৰীক্ষণ আৰম্ভ কৰিছে ৷

প্ৰতিটো ভয়চ টুইটে কেৱল 140 ছেকেণ্ডৰ অডিঅ' হে আয়ত্ত কৰিব পাৰিব ৷ টুইটাৰত সাধাৰণতে 140 টা বৰ্ণ ব্যৱহাৰ কৰিব পাৰে যদিও এই পৰীক্ষাৰ পাছত মনত ৰাখিবৰ বাবে 280 বুলি কাষত লিখি ৰখা হৈছে ৷

লগতে পঢ়কঃমৃত্যুৰ তিনিমাহ পাছত সোঁশৰীৰে ওলাল সজল দত্ত

প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে যে, অডিঅ'টোৰ জৰিয়তে যদি কবলগীয়া বহু থাকে তেন্তে প্ৰথম ভয়চ ৰেক'ৰ্ডৰ সময়সীমা অতিক্ৰম হোৱাৰ পাছত পুনৰ এটা নতুন ভয়চ ৰেক'ৰ্ড আৰম্ভ হ'ব ৷ আপোনাৰ ৰেক'ৰ্ডিং সম্পূৰ্ণ হোৱাৰ পাছত DONE অপচনটো ক্লিক কৰিব লগতে composer screen লৈ গৈ টুইট কৰিব ৷ ইয়াৰোপৰি অডিঅ'টো কেৱল মূল টুইটৰ লগত সংলগ্ন কৰিব পৰা যাব ৷ লগতে বৰ্তমান এই সুবিধা কেৱল iOS ব্যৱহাৰকাৰী সকলৰ বাবে বুলি টুইটাৰে টুইট কৰে ৷

  • নিজৰ মাতটো টুইট কৰাটো বৰ্ণ টুইট কৰাতকৈ কোনোধৰণে বেলেগ নহয়
  • আৰম্ভণি কৰিবলৈ টুইট কম্পোচাৰ খোলক লগতে wavelengths ৰ সৈতে নতুন আইকনটো ক্লিক কৰক ৷
  • আপুনি নিজৰ প্ৰ'ফাইল ফ'টোখন দেখাৰ লগতে ৰেক'ৰ্ড বুটামটো দেখিবলৈ পাব লগতে বুটামটো ক্লিক কৰিলে নিজৰ মাতটো ৰেক'ৰ্ড কৰিব পাৰিব ৷
  • আপোনাৰ ভয়চ টুইটটো অন্য টুইটৰ সৈতে টাইমলাইনত দেখিবলৈ পোৱা যাব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details