সুষমা স্বৰাজৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা - etv bharat
এইমছৰ পৰা দিল্লীস্থিত বাসগৃহলৈ নিয়া হৈছে বিজেপি নেত্ৰী গৰাকীৰ মৃতদেহ ৷

সুষমা স্বৰাজৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা
নিউজ ডেস্ক,7 আগষ্টঃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাচত মঙলবাৰে নিশা হঠাৎ মৃত্যুক আকোঁৱালি ল'লে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ৷ নেত্ৰী গৰাকীৰ মৃত্য়ুত দেশজুৰি শোকৰ ছাঁ ৷ বিভিন্ন জনে টুইটাৰ যোগে নেত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷