অসম

assam

বোধানৰ নিজামাবাদত বিয়াৰ দিনাই মৃত্যুক সাৱতিবলগীয়া হয় এজন দৰাই

By

Published : Feb 15, 2020, 12:14 PM IST

বোধানৰ নিজামাবাদত নিজৰ বিয়াৰ দিনাখনে মৃত্যুক সাৱতিবলগীয়া হয় দৰাই ৷ গণেশ নামৰ দৰাজনে বিয়াৰ পিচত নৃত্য কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত সংঘটিত হয় এই কৰুণ ঘটনা ৷

বোধানৰ নিজামাবাদ
বোধানৰ নিজামাবাদ

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰীঃ বোধানৰ নিজামাবাদত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ গণেশ (25) নামৰ দৰাজন বিয়াৰ শেষত নৃত্য কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হয় ৷ ততাতৈয়াকৈ লোকগৰাকীক নিজামাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও,চিকিৎসকে নিশা 2 বজাত গণেশক মৃত বুলি ঘোষণা কৰে ৷

বিয়াৰ দিনাই মৃত্যুক সাৱতিবলগীয়া হয় এজন দৰাই

ABOUT THE AUTHOR

...view details