নিউজ ডেস্ক, ১৪ জুন : গুজৰাটত ৰাজ্যসভাৰ নিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ মাজত পুনৰ বিভাজন। ৮ জন বিধায়কে পদত্যাগ কৰিলে কংগ্ৰেছৰ পৰা।
গুজৰাটত আঠজন কংগ্ৰেছী বিধায়কৰ পদত্যাগ - rayjaya sabha election
গুজৰাট বিধান সভাত ইজনৰ পিছত সিজন কংগ্ৰেছৰ বিধায়কৰ দলৰ পৰা পদত্যাগ অব্যাহত আছে ৷ ৰাজ্য সভাৰ প্ৰাক্ ক্ষণতো ৪ জন বিধায়কৰ পদত্যাগ ।

গুজৰাটত আঠ জন কংগ্ৰেছী বিধায়কৰ পদত্যাগ
বিভিন্ন সমষ্টিৰ বিধায়ক যেনে অখয় পেটেল, জিতু চৌধুৰী, ব্ৰিজেছ মিৰ্জাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। উল্লেখযোগ্য যে ২০২০ বৰ্ষতে আৰু পাঁচজন বিধায়কে পদত্যাগ কৰে বুলি জানিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত কংগ্ৰেছৰ পৰা ৮জন বিধায়কে বিভিন্ন কাৰণত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে ।
লগতে পঢ়়ক : জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা