মুম্বাই, 16 মে': কলিকতাৰ এক ৰ'ড শ্ব'ত মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনাক ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি ধ্বংস হোৱা ঘটনাক গৰিহণা অভিনেতা তথা পৰিচালক মহেশ ভাট ৷ বিদ্যাসাগৰৰ মূৰ্তিক ধ্বংস কৰা মানে বঙালী ভাষাক অপমান কৰা বুলি টুইটযোগে মন্তব্য কৰে মহেশ ভাটে ৷
পণ্ডিত বিদ্যাসাগৰৰ মূৰ্তিক ধ্বংস কৰা মানে বঙালী ভাষাক অপমান কৰাঃ মহেশ ভাট - amit shah road show violance
মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এক ৰ'ড শ্ব'ত বিজেপিৰ সমৰ্থক আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷
পণ্ডিত বিদ্যাসাগৰৰ মূৰ্তিক ধ্বংস কৰা মানে বঙালী ভাষাক অপমান কৰাঃ মহেশ ভট্ট
মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এক ৰ'ড শ্ব'ত বিজেপিৰ সমৰ্থক আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সংঘৰ্ষৰ ফলতে ধ্বংস হৈছিল 19শ শতিকাত নিৰ্মিত ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তিটো ৷
আনহাতে, এই ঘটনা কোনে সংঘটিত কৰিছিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷