বিতৰ্কঃ তিহাৰৰ মুছলমান কয়দীৰ শৰীৰত 'ঔঁ'
জে'ল অধীক্ষকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে জে'লখনৰ এজন কয়দীয়ে ৷ নব্বিৰ ওৰফে পোপা নামৰ কয়দীজনে কৰ্তব্যৰত দন্ধাধীশৰ সন্মুখত নিজৰ চোলা খুলি তেওঁৰ এই অভিযোগৰ প্ৰমাণ দিয়ে ৷
ওম বিতৰ্কই খলকনি লগাইছে টিহাৰ জেলৰ ভিতৰ চৰা
নতুন দিল্লী, 20 এপ্ৰিল: তিহাৰ জে'লৰ এগৰাকী মুছলমান ধৰ্মাৱলম্বী কয়দীৰ পিঠিত বলপূৰ্বক ভাৱে 'ঔ' চিন আঁকি দিয়াৰ বাবে সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক ৷ ৷ জে'ল অধীক্ষকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে জে'লখনৰ এজন কয়দীয়ে ৷ নব্বিৰ ওৰফে পোপা নামৰ কয়দীজনে কৰ্তব্যৰত দন্ধাধীশৰ সন্মুখত নিজৰ চোলা খুলি তেওঁৰ এই অভিযোগৰ প্ৰমাণ দিয়ে ৷